
৪৮ ঘণ্টাৰ ভিতৰত সকলো পাকিস্তানীক ভাৰত এৰাৰ নিৰ্দেশ
সকলো পাকিস্তানী নাগৰিকৰ বাতিল কৰা হৈছে ভিছা
ভাৰতত থকা পাকিস্তানী দূতাবাস বন্ধ কৰাৰ সিদ্ধান্ত
ৱাঘা সীমান্ত বন্ধ কৰাৰ সিদ্ধান্ত
পাকিস্তানৰে সিন্ধু জলচুক্তিও বাতিল
নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠকত সিদ্ধান্ত
বায়ুসেনা-নৌসেনা-স্থলসেনা বাহিনীৰ হাই এলার্ট