Mbbs Degree Complete Dr Dildar Hussain

 Dr Dildar Hussain 


পকৰীয়া ৰাইজৰ বাবে গৌৰবৰ দিন
মৰিগাওঁ জিলাৰ অন্তৰ্গত বৰকুৰাণী গাৱৰ DR দিলদাৰ হুছেইন MBBS পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হয়
সকলোৱে ভিডিঅ' টো এটা শেয়াৰ কৰি কমেন্ট কৰক।
আজি অহা MBBS ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত, আমাৰ মৰমৰ দিলদাৰ হুছেইনে সফলতাৰে উত্তীৰ্ণ হৈছে। বহু বছৰ ধৰি সপোনে দেখা, অক্লান্ত পৰিশ্ৰমেৰে আগুৱাই অহা যাত্ৰাটোৰ আজি এক গৌৰৱোজ্জ্বল সমাপ্তি ঘটিল।
Dr Dildar Hussain।
তেওঁৰ এই সফলতা কেৱল এজন ব্যক্তিৰ জয় নহয়, এইটো হৈছে এটা পৰিয়ালৰ, বন্ধু-বান্ধৱৰ, আৰু সকলো শুভাকাংক্ষীৰ জয়—যিয়ে সদায় তেওঁৰ পাছে থাকি সহায়-সহযোগ আগবঢ়াইছে।

এই দীঘল পথচলাত কেতিয়াবা আনন্দ, কেতিয়াবা বেদনা, কেতিয়াবা চেলেঞ্জ আৰু কেতিয়াবা অভাৱ বোধৰ সৈতে সংঘৰ্ষ কৰিছিল, কিন্তু কেতিয়াও আশাহত হোৱা নাছিল। অধ্যৱসায়, ধৈৰ্য্য, আৰু লক্ষ্যত অটুট থাকিবলৈ তেওঁ দেখুৱালে যি মনোবল, সেইটো আজিৰ দিনত প্ৰমাণিত হ’ল।

ভৱিষ্যৎ আৰু উজ্জ্বল হওঁক তাৰে কামনা কৰো।
আপোনাৰ আগন্তুক চিকিৎসক জীৱন হৌক সঁচাকৈতে জনসেৱাৰ এক উজ্জ্বল পথ। ৰোগীৰ মনত আশাৰ বতৰ, সমাজত চেতনাৰ দীপ জ্বলাই থোৱা আপোনাৰ বাবে সকলোৰে পৰা শুভেচ্ছা।

Congratulations once again, Dr. Dildar Hussain!

1 Comments

Post a Comment

Previous Post Next Post